একেদিনাই ৰাজ্যৰ ২ বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা, সমস্যাত পৰিছে প্ৰাৰ্থী…

একেদিনাই ৰাজ্যৰ ২ বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা, সমস্যাত পৰিছে প্ৰাৰ্থী…
  • একেদিনাই দুটা বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা।
  • ইয়াক লৈ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।
  • ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ডিইই গ্ৰেড-৩ পদৰ বাবে পৰীক্ষা।
  • সেইদিনাই অনুষ্ঠিত হ'ব ডায়ৰেক্টৰ অৱ এলিমেন্টেৰী এডুকেশ্যনৰ জুনিয়ৰ এছিচটেন্ট পদৰ লিখিত পৰীক্ষা।
  • দুয়োটা পদৰ বাবে আৱেদন কৰা প্ৰাৰ্থীয়ে যিকোনো এটা পৰীক্ষাতহে বহিব পাৰিব।
  • দুয়োটা পদতে আৱেদন কৰা প্ৰাৰ্থীৰ দাবী- পৃথকে পৃথকে অনুষ্ঠিত কৰিব লাগে লিখিত পৰীক্ষা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in