শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

নতুন নিৰ্দেশনাঃ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ…

  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ।
  • সোমবাৰ, ১৪জুন ২০২১ৰ পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী৷
  • এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
  • উল্লেখ্য যে, কোৰোনাকেন্দ্ৰিক জটিল পৰিস্থিতিৰ মাজতে চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিছিল চৰকাৰে।
  • কিন্তু শেহতীয়াকৈ পৰিস্থিতি কিছু উন্নত হোৱা হেতুকে এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি