নতুন নিৰ্দেশনাঃ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ…

নতুন নিৰ্দেশনাঃ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ…
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ।
  • সোমবাৰ, ১৪জুন ২০২১ৰ পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী৷
  • এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
  • উল্লেখ্য যে, কোৰোনাকেন্দ্ৰিক জটিল পৰিস্থিতিৰ মাজতে চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিছিল চৰকাৰে।
  • কিন্তু শেহতীয়াকৈ পৰিস্থিতি কিছু উন্নত হোৱা হেতুকে এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in