শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত…

324
  • অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত।
  • ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
  • কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনালে বিৰোধী দলৰ দলপতিসকলেও।
  • এটা বছৰলৈ ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
  • প্ৰতিটো সমষ্টিত ৫০ টা পৰিয়ালক ১০০০ টকাকৈ সাহা্য্য প্ৰদান কৰাৰ সিদ্ধান্তগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি