অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত…

অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত…
  • অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত।
  • ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
  • কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনালে বিৰোধী দলৰ দলপতিসকলেও।
  • এটা বছৰলৈ ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
  • প্ৰতিটো সমষ্টিত ৫০ টা পৰিয়ালক ১০০০ টকাকৈ সাহা্য্য প্ৰদান কৰাৰ সিদ্ধান্তগ্ৰহণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in