শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

মিজোৰ গুলীত নিহত আৰক্ষী জোৱানলৈ সন্মান জনাই তিনিদিন ৰাজ্যিক শোক..

  • অসম-মমিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা মিজোৰ আক্ৰমণৰ ঘটনাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
  • শিলচৰত শ্বহীদ আৰক্ষী জোৱান কেইজনলৈ শ্ৰদ্ধাঞ্জলী জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • শ্বহীদ আৰক্ষী জোৱান কেইজনলৈ সন্মান জনাই ৰাজ্যিক শোক ঘোষণা।
  • তিনিদিনৰ ৰাজ্যিক শোক ঘোষণা কৰিছে অসম চৰকাৰে।
  • অসম-মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষীয়ে মিজো দুৰ্বৃত্তৰ সহযোগত সোমবাৰে চলাইছিল আক্ৰমন।
  • এই আক্ৰমণত শিলচৰৰ আৰক্ষী অধীক্ষককে ধৰি ৭০ জনৰে অধিক আৰক্ষী জোৱান আহত হৈছিল।
  • আনহাতে ৬ জন আৰক্ষী জোৱানসহত মুঠ ৭জন ব্যক্তি নিহত হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি