মিজোৰ গুলীত নিহত আৰক্ষী জোৱানলৈ সন্মান জনাই তিনিদিন ৰাজ্যিক শোক..

মিজোৰ গুলীত নিহত আৰক্ষী জোৱানলৈ সন্মান জনাই তিনিদিন ৰাজ্যিক শোক..
  • অসম-মমিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা মিজোৰ আক্ৰমণৰ ঘটনাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
  • শিলচৰত শ্বহীদ আৰক্ষী জোৱান কেইজনলৈ শ্ৰদ্ধাঞ্জলী জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • শ্বহীদ আৰক্ষী জোৱান কেইজনলৈ সন্মান জনাই ৰাজ্যিক শোক ঘোষণা।
  • তিনিদিনৰ ৰাজ্যিক শোক ঘোষণা কৰিছে অসম চৰকাৰে।
  • অসম-মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষীয়ে মিজো দুৰ্বৃত্তৰ সহযোগত সোমবাৰে চলাইছিল আক্ৰমন।
  • এই আক্ৰমণত শিলচৰৰ আৰক্ষী অধীক্ষককে ধৰি ৭০ জনৰে অধিক আৰক্ষী জোৱান আহত হৈছিল।
  • আনহাতে ৬ জন আৰক্ষী জোৱানসহত মুঠ ৭জন ব্যক্তি নিহত হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in