শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ চয়নিকাই

  • নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৪১ সংখ্যক এছিয়ান চিনিয়ৰ চাইকেলিং ট্ৰেক চেম্পিয়নশ্বিপত মহিলাৰ এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ যুৱতীয়ে।
  • ব্যক্তিগত শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনিলে অসমৰ প্ৰতিভাশাৰী চাইক্লিষ্ট চয়নিকা গগৈয়ে।
  • ইয়াৰ পূৰ্বে দলীয় শাখাটো নাম উজ্বলাইছিল চয়নিকাই।
  • পুনৰ বাৰ চয়নিকা গগৈয়ে দেশৰ লগতে অসমৰো নাম উজলাবলৈ সক্ষম হয়।
  • চয়নিকাৰ ঘৰ গহপুৰত।