হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী

হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী
  • হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী।
  • বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিছিল আৰিফা খাতুন নামৰ যুৱতী গৰাকীক।
  • দুই লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি চমজাই দিছিল দুজনীয়া দুষ্কৃতিকাৰী দলে।
  • দক্ষিণ শালমাৰাৰ যুৱতী গৰাকীক ফকিৰগঞ্জ আৰক্ষীয়ে যোৱা নিশা উদ্ধাৰ কৰে হাৰিয়ানাৰ পৰা।
  • ঘটনা সন্দৰ্ভত এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।
  • ইয়াৰ পূৰ্বেও দক্ষিণ শালমাৰাৰ পৰা বহু যুৱতী,কিশোৰীক এইদৰে বিয়াৰ প্ৰলোভন দি বিহাৰ, হাৰিয়ানা, দিল্লীত, পশ্চিম বংগত বিক্ৰী কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in