ফিফা ৱ’ৰ্ল্ড কাপ কোৱালিফায়াৰলৈ নিৰ্বাচিত হ’ল অসমৰ ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী…

ফিফা ৱ’ৰ্ল্ড কাপ কোৱালিফায়াৰলৈ নিৰ্বাচিত হ’ল অসমৰ ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী…

  • ফিফা ৱ'ৰ্ল্ড কাপ কোৱালিফায়াৰলৈ নিৰ্বাচিত অসমৰ হলিচৰণ নাৰ্জাৰী
  • ভাৰতীয় দলত স্থান লাভ কৰে অসমৰ ফুটবলাৰ গৰাকীয়ে ।
  • চলিত আইএছএলত হায়দৰাবাদ এফ চিৰ হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল নাৰ্জাৰীয়ে
  • হায়দৰাবাদ এফ চিৰ হৈ ৪ টাকৈ গ'ল দিবলৈ সক্ষম হৈছিল ফুটবলাৰ গৰাকীয়ে ।
  • ভাৰতীয় দলটোত হায়দৰাবাদ এফ চিৰ মুঠ ৬ গৰাকী খেলুৱৈৰ স্থান লাভ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in