পুনৰ মহানগৰীত অগ্নিকাণ্ডঃ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত…

পুনৰ মহানগৰীত অগ্নিকাণ্ডঃ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত…
  • মহানগৰীত পুনৰ অগ্নিকাণ্ড।
  • জু-ৰোডৰ লখিমী নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ।
  • হাউচ নম্বৰ-৩০ ত সংঘটিত হৈছে এই ঘটনা।
  • চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হৈছে এই ঘটনা।
  • লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত অগ্নিকাণ্ডত।
  • অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।
  • ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আটংই বিৰাজ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in