অসম বিধানসভা নিৰ্বাচনৰ এগজিট প’লঃ কাৰ কিমানখন আসন…

অসম বিধানসভা নিৰ্বাচনৰ এগজিট প’লঃ কাৰ কিমানখন আসন…
  • ২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচন ২০২১ৰ ফলাফল।
  • তাৰপূৰ্বে অৰ্থাৎ ২৯ এপ্ৰিল, ২০২১ত ঘোষণা হ'ল এগজিট প'ল।
  • ১২৬খন আসনৰ কোন কিমানখন পাব আসন।

এবিপি চি ভোটাৰৰ এগজিট প'ল অনুসৰিঃ

  • বিজেপি+ঃ ৫৮-৭১খন আসন।
  • কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটঃ ৫৩-৬৬খন আসন।
  • অন্যান্যঃ ৫খন আসন।

ইণ্ডিয়া টুডে'ৰ এগজিট প'ল অনুসৰি-

  • ৭৫-৮৫খন আসন বিজেপি মিত্ৰজোঁটৰ।
  • ৪০-৫০খন আসনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট।
  • ১-৪খন অন্যান্যই পাব।

ৰিপাব্লিক-চিএমএক্সৰ এগজিট প'ল অনুসৰি-

  • বিজেপিয়ে ৬০-৬৬খন আসন।
  • কংগ্ৰেছে ২৬-২৮খন আসন।
  • অসম গণ পৰিষদে ১০-৪৪খন আসন।
  • এআইইউডিএফে ১১-১৩খন আসন।
  • বিপিএফে ৫-৭খন আসন।
  • ইউপিপিএলে ৩-৫খন আসন।
  • অন্যান্যই ১-৩খন আসন।

বিজনেজ ষ্টেণ্ডাৰ্ডৰ এগজিট প'ল-

  • বিজেপি+ঃ ৭৫-৮৫খন আসন।
  • কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটঃ ৪০-৫০খন আসন।
  • অন্যান্যঃ ১-৪খন আসন।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এগজিট প'ল অনুসৰি-

  • বিজেপিঃ ৭৫-৮৫খন আসন।
  • কংগ্ৰেছঃ ৪০-৫০খন আসন।
  • অন্যান্যঃ ১-২খন আসন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in