কৰিমগঞ্জত মোডীৰ বিশাল জনসভা

কৰিমগঞ্জত মোডীৰ বিশাল জনসভা
  • কৰিমগঞ্জত বিশাল জনসভাত সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • ১৩ গৰাকী বিজেপি প্ৰাৰ্থী আৰু এগৰাকী অগপ প্ৰাৰ্থীৰ প্ৰচাৰক লৈ এই বিশাল জনসভা।
  • মোডীৰ জনসভাত লক্ষাধিক লোকৰ উপস্থিতি।
  • ভাষণত লাচিত বৰফুকনৰ পৰা নেতাজীলৈকে স্মৰণ মোডীৰ।
  • চাহৰ পৰা পেট্ৰ'লিয়ামলৈকে অসম চহকীঃ মোডী।
  • বৰাক কেৱল অসমৰেই প্ৰৱেশদ্বাৰ নহয়, বিজেপিৰো প্ৰৱেশদ্বাৰঃ মোডী।
  • মোডীয়ে কয়, বৰাকত পূৰ্বৰ পৰাই বিজেপিৰ ভেটি সবল।
  • আজি অসমত বিকাশৰ ঢৌ, শান্তি প্ৰতিষ্ঠা হৈছেঃমোডী।
  • কংগ্ৰেছে এই অঞ্চলটো বিকাশৰ পৰা বিচ্ছিন্ন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in