শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি প্ৰসংগ সন্দৰ্ভত নাকী লগাবলৈ সাজু শিক্ষা বিভাগ…

423

ডিজিটেল ডেস্ক: ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ প্ৰসংগক এইবাৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুলৰ বিষয় সন্দৰ্ভত চোৱাচিতা কৰিবলৈ এসপ্তাহৰ ভিতৰত শিক্ষা বিভাগে গঠন কৰিব বিশেষ সমিতি। এই সমিতিখনে মাচুল হ্ৰাস কৰাৰ বিভিন্ন দিশ চোৱা চিতা কৰিব। এই বিষয়ৰ সন্দৰ্ভত সোমবাৰে সংবাদমাধ্যমক জনালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি