ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি প্ৰসংগ সন্দৰ্ভত নাকী লগাবলৈ সাজু শিক্ষা বিভাগ…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি প্ৰসংগ সন্দৰ্ভত নাকী লগাবলৈ সাজু শিক্ষা বিভাগ…

ডিজিটেল ডেস্ক: ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ প্ৰসংগক এইবাৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুলৰ বিষয় সন্দৰ্ভত চোৱাচিতা কৰিবলৈ এসপ্তাহৰ ভিতৰত শিক্ষা বিভাগে গঠন কৰিব বিশেষ সমিতি। এই সমিতিখনে মাচুল হ্ৰাস কৰাৰ বিভিন্ন দিশ চোৱা চিতা কৰিব। এই বিষয়ৰ সন্দৰ্ভত সোমবাৰে সংবাদমাধ্যমক জনালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in