অসমত এইবাৰ দন্ত চিকিৎসকৰ দেহত কোৰোনা…

অসমত এইবাৰ দন্ত চিকিৎসকৰ দেহত কোৰোনা…
  • অসমত পুনৰ কোৰোনাত আক্ৰান্ত এজন চিকিৎসক।
  • চিকিৎসকজনৰ নাম অনুপম ডেকা।
  • অনুপম ডেকা হৈছে দন্ত চিকিৎসক।
  • কামাখ্যা গেটত ঘৰ অনুপম ডেকাৰ।
  • লাচিত নগৰত আছে তেওঁৰ চেম্বাৰ।
  • জেকাৰ নাই কোনো ট্ৰেভেল হিষ্টৰী।
  • উল্লেখ্য যে, অনুপম ডেকাৰ পিতৃও জ্বৰত আক্ৰান্ত হৈ আছিল।
  • কিন্তু কোৰোনা টেষ্টৰ ৰিজাল্টা আহিছে নিগেটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in