বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, ৰাজ্যত বুধবাৰে কোৰোনাত আক্ৰান্ত ১৯৫ গৰাকী…

বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, ৰাজ্যত বুধবাৰে কোৰোনাত আক্ৰান্ত ১৯৫ গৰাকী…

  • ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা ।
  • বুধবাৰে কোৰোনাত আক্ৰান্ত হয় ১৯৫ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ৮৪৭ গৰাকী ।
  • গুৱাহাটীত বুধবাৰে কোৰোনাত আক্ৰান্ত হয় ১০৪গৰাকী ।
  • বৰ্তমানলৈ অসমত কোৰোনাত আক্ৰান্ত হৈছে ২,১৯,০২৭ গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in