শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫৭৩ জন,মৃত্যু ৪ জনৰ…

2,170

ডিজিটেল ডেস্ক : শুকুৰবাৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ৫৭৩ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৩ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৪ জনৰ ।

ইফালে কামৰূপ মহানগৰ জিলাত ২৪৫ জন লোক শুকুৰবাৰে কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ গ্ৰাম্যত ৪৭ জন,নগাওত ৩৩ জন.শোনিতপুৰত ৩০ জন লোক কোভিডত আক্ৰান্ত হয় । ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ২,২২,৯৪০ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ১১২৭ জনৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি