শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫৭৩ জন,মৃত্যু ৪ জনৰ…

শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫৭৩ জন,মৃত্যু ৪ জনৰ…

ডিজিটেল ডেস্ক : শুকুৰবাৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ৫৭৩ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৩ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৪ জনৰ ।

ইফালে কামৰূপ মহানগৰ জিলাত ২৪৫ জন লোক শুকুৰবাৰে কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ গ্ৰাম্যত ৪৭ জন,নগাওত ৩৩ জন.শোনিতপুৰত ৩০ জন লোক কোভিডত আক্ৰান্ত হয় । ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ২,২২,৯৪০ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ১১২৭ জনৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in