যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট…

যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট…
  • ৰাজ্যত যোৱা ২৪ ঘন্টাত ১৪৩,১০৯জনৰ কৰা হৈছে কোভিড টেষ্ট।
  • টুইটাৰযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • অসমত বৰ্তমানলৈ ১৫,৭৩,৮০০জনক কৰা হৈছে কোভিড টেষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in