অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ…

অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ…
  • ৰাজ্যত আকৌ ২০৭৩জনৰ দহেত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৩৪৪জন কামৰূপ মেট্ৰ, ১৬৮জন ডিব্ৰুগড়, ১৬৬জন যোৰহাট আৰু ১২৫জন গোলাঘাটৰ।
  • অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১৩৯৩জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, মঙলবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১৮১৭জন লোক হৈছে সুস্থ।
  • ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৩০৯৪৭জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৮৫৭জনলৈ ৰোগী।
  • উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in