অসমত আকৌ ৫৮০৩জন কোভিড পজিটিভ, ৭৭জনে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৫৮০৩জন কোভিড পজিটিভ, ৭৭জনে হেৰুৱাইছে প্ৰাণ…
  • অসমত আকৌ ৫৮০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ'ৰ।
  • ইফালে, ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ।
  • সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ৭৭জন লোকৰ।
  • ইয়াৰে ৩০জনকৈ লোক কেৱল কামৰূপ মহানগৰৰ।
  • আনহাতে, সোমবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪২৩১জন লোক।
  • উল্লেখ্য যে, বৰ্তমানো কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৭৫০০জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in