ৰাজ্যত আকৌ ৫৩জন কোভিড পজিটিভ, এজনে হেৰুৱাইছে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যখনত বুধবাৰৰ দিনটোত সুস্থ হৈছে ৪০জন লোক।
  • ইফালে, মৃত্যু হৈছে দিনটোত এজন লোকৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৭৪৩জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, সুস্থ হৈছে ২১২৬৭২জন লোক।
  • উল্লেখ্য যে, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬৫জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in