অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত, সুস্থ হৈছে ২৫জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত।
  • ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১৭৪৫৪জনলৈ বৃদ্ধি।
  • ৰাজ্যত বুধবাৰে ২৫জন লোক সুস্থ হয়।
  • এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২১৪৭৫৭জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, চিকিৎসাধীন হৈ আছে ২৫৯জন ৰোগী।
  • উল্লেখ্য যে, এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in