শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

অসমত আকৌ ৪৯৩৬জন কোৰোনাত আক্ৰান্ত, ৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ…

  • অসমত আকৌ ৪৯৩৬জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ১৩৫৩জন কামৰূপ মেট্ৰ’ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৫৪জন কামৰূপ গ্ৰাম্যৰ, ২৭৫জন নগাঁৱৰ।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৯৭৬জন লোক।
  • এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ৩১৮২৯জন ৰোগী।
  • আনহাতে, অসমত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪৬জন লোকৰ মৃত্যু হৈছে।
  • এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৩১জনলৈ বৃদ্ধি পাইছে ৰাজ্যত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি