অসমত আকৌ ৪৯৩৬জন কোৰোনাত আক্ৰান্ত, ৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৪৯৩৬জন কোৰোনাত আক্ৰান্ত, ৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ…
  • অসমত আকৌ ৪৯৩৬জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ১৩৫৩জন কামৰূপ মেট্ৰ'ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৫৪জন কামৰূপ গ্ৰাম্যৰ, ২৭৫জন নগাঁৱৰ।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৯৭৬জন লোক।
  • এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ৩১৮২৯জন ৰোগী।
  • আনহাতে, অসমত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪৬জন লোকৰ মৃত্যু হৈছে।
  • এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৩১জনলৈ বৃদ্ধি পাইছে ৰাজ্যত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in