অসমত আকৌ ২২৩জন কোভিড পজিটিভ…

অসমত আকৌ ২২৩জন কোভিড পজিটিভ…
  • ৰাজ্যত আকৌ ২২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৭০জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৪২৭জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৭২১৯জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩২৩২জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৯৭৩জনৰ হৈছে মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in