অসমত পুনৰ ৪৯৩জন কোৰোনাত আক্ৰান্ত, ৯জনে হেৰুৱালে প্ৰাণ…

অসমত পুনৰ ৪৯৩জন কোৰোনাত আক্ৰান্ত, ৯জনে হেৰুৱালে প্ৰাণ…
  • অসমত পুনৰ ৪৯৩জন কোভিড পজিটিভ।
  • ইয়াৰে ১৩৮জন কামৰূপ মেট্ৰ'ৰ, ৩৫জন গোলাঘাটৰ, ৩৪জন যোৰহাটৰ আৰু ৩১জন বৰপেটাৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৬১৬২জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, মঙলবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪৩৩জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৯জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৩১৯জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in