নতুনকৈ শিৱসাগৰৰ ২জন লোক কোৰোনাত আক্ৰান্ত…

নতুনকৈ শিৱসাগৰৰ ২জন লোক কোৰোনাত আক্ৰান্ত…
  • অসমত পুনৰ ২ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
  • কোৰোনাত আক্ৰান্ত আটাইকেইজনেই শিৱসাগৰ জিলাৰ।
  • তেওঁলোকৰ যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল।
  • অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৪লৈ বৃদ্ধি।
  • ইফালে আৰোগ্য হৈছে ৫৪ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ১৫৩ গৰাকী লোক।
  • মৃত্যু হৈছে ৪ গৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in