অসম পালেহি কোৰোনা ভাইৰাছ! এজন আক্ৰান্তৰ সন্দেহ…

অসম পালেহি কোৰোনা ভাইৰাছ! এজন আক্ৰান্তৰ সন্দেহ…
  • অসমতো কোৰোনা ভাইৰাছত এজন আক্ৰান্তৰ সন্দেহ।
  • কেৰালাৰ পৰা অহা মৰিগাঁৱৰ যুৱকৰ শৰীৰত কৰণা ভাইৰাছৰ সন্দেহ।
  • বৰঝাৰ বিমান বন্দৰত কৰা পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে বুলি সন্দেহ।
  • বৰ্তমান জি এম চি এইচত চিকিৎসকে পৰীক্ষা-নিৰীক্ষা চলাই আছে।
  • স্পষ্ট হোৱা নাই যুৱকগৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে নে নাই।
  • চিকিৎসকে সদৰী কৰা নাই কোনো তথ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in