ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ২৯০০জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৩৮২জন কামৰূপ মেট্ৰ, ২৯৪জন কামৰূপ গ্ৰাম্য, ২৫০জন ডিব্ৰুগড় আৰু ২০০জন নগাঁৱৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১৭৩৭জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সোমবাৰৰ দিনটোতে ৰাজ্যত সুস্থ হয় ১২৬১জন লোক।
  • অসমত সুস্থ হোৱা লোকৰ সংখ্যা ৪৩৫৮৬জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৭৯৯৭জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in