ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি…

ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি…
  • ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • ইয়াৰে ৫৭৪জন কামৰূপ মেট্ৰ, ২৪০জন যোৰহাট, ২০৬জন লখিমপুৰ আৰু ১৯৮জন গোলাঘাটৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৭৯৫জন লোক সুস্থ হৈছে।
  • সুস্থ হৈ ঘৰলৈ উভতিছে বৰ্তমানলৈ ১২৯১৩০জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৬০৯জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৭৮জন লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in