শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি…

622
  • ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • ইয়াৰে ৫৭৪জন কামৰূপ মেট্ৰ, ২৪০জন যোৰহাট, ২০৬জন লখিমপুৰ আৰু ১৯৮জন গোলাঘাটৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৭৯৫জন লোক সুস্থ হৈছে।
  • সুস্থ হৈ ঘৰলৈ উভতিছে বৰ্তমানলৈ ১২৯১৩০জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৬০৯জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৭৮জন লোকৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি