অসমত পুনৰ ৩৭৮১জন কোভিড পজিটিভ, ৪৪জনৰ মৃত্যু…

অসমত পুনৰ ৩৭৮১জন কোভিড পজিটিভ, ৪৪জনৰ মৃত্যু…
  • অসমত আকৌ ৩৭৮১ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৩২২জন কাচাৰ, ২৭৬জন কামৰূপ মেট্ৰ, ২৭৩জন ডিব্ৰুগড় আৰু ২৬৭জন তিনিচুকীয়াৰ।
  • এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৩২৭১৪জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩০৯৯দন লোক সুস্থ হয়।
  • আনহাতে, দিনটোত কোৰোনাত আক্ৰান্ত ৪৪জনৰ মৃত্যু হয় ৰাজ্যত।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৪০৩জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in