অসমত ৩৬৭৭জন কোভিড পজিটিভ, ২০জনৰ মৃত্যু…

অসমত ৩৬৭৭জন কোভিড পজিটিভ, ২০জনৰ মৃত্যু…
  • অসমত পুনৰ ৩৬৭৭জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৭৬৮জন কামৰূপ মেট্ৰ'ৰ, ১৮০জন কামৰূপ গ্ৰাম্যৰ, ১৭৫জন গোৱালপাৰাৰ আৰু ১৬৮জন গোলাঘাটৰ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৫১৭৫জন ৰোগী।
  • দুখৰ খবৰ যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ২০জনৰ মৃত্যু।
  • অসমত বৰ্তমান পজিটিভিটী হাৰ ৮.২৮ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in