অসমত ২ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, দুজনৰ মৃত্যু…

অসমত ২ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, দুজনৰ মৃত্যু…
  • অসমত ২ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • ৰাজ্যখনত নতুনকৈ ২১৯৮জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৭৬০জন কামৰূপ মেট্ৰ'ৰ, ১৪২জন ডিব্ৰুগড়ৰ, ১৩৯জন কাচাৰৰ আৰু ১১৫জন তিনিচুকীয়াৰ।
  • ৰাজ্যখনত সোমবাৰৰ দিনটোত ৪১৬জন লোক সুস্থ হয়।
  • ইফালে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৮৬৭জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in