অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ…

অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ…
  • অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৬০জন কামৰূপ মেট্ৰ'ৰ, ১৩জন কামৰূপ গ্ৰাম্যৰ, ৯জন নগাঁৱৰ আৰু ৭জন যোৰহাটৰ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৮৮জন ৰোগী।
  • চৰকাৰী তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত পজিটিভিটী হাৰ ০.৪৪ শতাংশ।
  • ইফালে, উক্ত দিনটোত ৰাজ্যত সুস্থ হয় ১৯৮জন লোক।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাই প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in