অসমত পুনৰ ১৪০জন কোভিড পজিটিভ, ৬জনৰ মৃত্যু…

অসমত পুনৰ ১৪০জন কোভিড পজিটিভ, ৬জনৰ মৃত্যু…
  • অসমত পুনৰ ১৪০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৫৪জন কামৰূপ মেট্ৰ'ৰ, ১৬জন যোৰহাটৰ, ৮জন বৰপেটাৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৪৮জন ৰোগী।
  • ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২৩০জন লোক সুস্থ হয়।
  • ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in