অসমত পুনৰ ১২৯জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…

অসমত পুনৰ ১২৯জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…
  • অসমত পুনৰ ১২৯জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৫১জন কামৰূপ মেট্ৰ'ৰ, ১৪জন শোণিতপুৰৰ, ১০জন ডিব্ৰুগড়ৰ আৰু ১০জন যোৰহাটৰ।
  • এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬১৩৯১৩জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৪৩জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়।
  • উল্লেখ্য যে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮০৯জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in