অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ…
  • অসমত পুনৰ ৩২২জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১৪১জন কামৰূপ মেট্ৰ'ৰ, ৩০জন বৰপেটাৰ, ২৩জন লখিমপুৰৰ আৰু ২০জন যোৰহাটৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৯৮২৮জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৪০৮জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ২জনৰ মৃত্যু হৈছে।
  • উল্লেখযোগ্য যে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪০৩জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in