অসমত পুনৰ ৩০৮জন কোভিড পজিটিভ, এজনৰ মৃত্যু…

অসমত পুনৰ ৩০৮জন কোভিড পজিটিভ, এজনৰ মৃত্যু…
  • অসমত পুনৰ ৩০৮জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১০৯জন কামৰূপ মেট্ৰ'ৰ, ২৪জন শোণিতপুৰৰ, ২২জন বৰপেটাৰ আৰু ২২জন লখিমপুৰৰ।
  • বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৮২জন লোক।
  • ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১জনৰ মৃত্যু।
  • এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৬৩জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in