অসমত পুনৰ ১৬০জন কোভিড পজিটিভ, ৫জনৰ মৃত্যু…

অসমত পুনৰ ১৬০জন কোভিড পজিটিভ, ৫জনৰ মৃত্যু…
  • অসমত পুনৰ ১৬০জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৬০জন কামৰূপ মেট্ৰ'ৰ, ২১জন যোৰহাটৰ, ১২জন লখিমপুৰৰ আৰু ১০জন নগাঁৱৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৪৯৬৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হয় ২৪০জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬০৫জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in