অসমত ৩ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত, ৪জনে হেৰুৱালে প্ৰাণ…

অসমত ৩ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত, ৪জনে হেৰুৱালে প্ৰাণ…
  • অসমত ৩ সহস্ৰাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ৩২৭৪জন লোক আক্ৰান্ত হয় কোৰোনাত।
  • ইয়াৰে ১১৩৮জন কামৰূপ মেট্ৰ'ৰ, ২৮৭জন কাচাৰৰ, ১৭২জন যোৰহাটৰ আৰু ১৭২জন কামৰূপ গ্ৰাম্যৰ।
  • ৰাজ্যত বুধবাৰৰ দিনটোত সুস্থ হয় ৭৩১জন লোক।
  • এই দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৪জনকৈ লোকে হেৰুৱাই প্ৰাণ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৭৯২জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in