অসমত নতুনকৈ ১২৭৬জন কোভিড পজিটিভ, ২১জনে হেৰুৱাইছে প্ৰাণ…

অসমত নতুনকৈ ১২৭৬জন কোভিড পজিটিভ, ২১জনে হেৰুৱাইছে প্ৰাণ…
  • অসমত পুনৰ ১২৭৬জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১৬১জন কামৰূপ মেট্ৰ'ৰ, ৯৮জন গোলাঘাটৰ, ৯৫জন লখিমপুৰৰ আৰু ৬৬জন নগাঁৱৰ।
  • অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬২৭৩১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰৰ দিনটোত অসমত আৰোগ্য হৈছে ১৭৯১জন লোক।
  • আনহাতে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২১জন লোকৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩১৫২জন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in