অসমত পুনৰ ৩৫১জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…

অসমত পুনৰ ৩৫১জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…
  • অসমত পুনৰ ৩৫১জন কোভিড পজিটিভ।
  • ইয়াৰে ১৬৪জন কামৰূপ মেট্ৰ'ৰ, ২২জন হোজাইৰ, ২১জন কামৰূপ গ্ৰাম্যৰ আৰু ১৬জন যোৰহাটৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৭০জন ৰোগী।
  • ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫৩জন লোক।
  • উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২জন লোকৰ মৃত্যু হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in