অসমত পুনৰ ২১৪জন কোভিড পজিটিভ, দুজনে হেৰুৱাইছে প্ৰাণ…

অসমত পুনৰ ২১৪জন কোভিড পজিটিভ, দুজনে হেৰুৱাইছে প্ৰাণ…
  • অসমত পুনৰ ২১৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ১২৩জন কামৰূপ মেট্ৰ'ৰ, ১২জন কামৰূপ গ্ৰাম্যৰ, ১১জন যোৰহাটৰ আৰু ৯জন শোণিতপুৰৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫৯৬জন ৰোগী।
  • উল্লেখ্য যে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৪৫জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজন লোকৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in