শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু…

  • অসমত পুনৰ ৩২৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ’ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ৬০৮৪৫০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।
  • ইয়াৰে বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১জন লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি