অসমত পুনৰ ১৩৭জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…

অসমত পুনৰ ১৩৭জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…
  • অসমত পুনৰ ১৩৭জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৭৭জন কামৰূপ মেট্ৰ'ৰ, ৯জন নগাঁৱৰ, ৮জন নলবাৰীৰ আৰু ৬ জন বৰপেটাৰ।
  • এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১২২৭১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৬৫জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২জন লোকৰ মৃত্যু হয়।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯০২জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in