অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০০০ৰ ঘৰ

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০০০ৰ ঘৰ
  • ৰাজ্যত নতুনকৈ কোৰোনা ধৰা পৰিছে ১০২ জন লোকৰ দেহত।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
  • নিশা ১১.৫৫ বজালৈকে এই তথ্য লাভ কৰা হৈছে।
  • ইফালে অসমত কোৰোনাত আক্ৰান্ত হোৱা ৬১ শতাংশ লোকেই আৰোগ্য হৈছে।
  • অসমত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পালে ৫০০৬ জনলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in