শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

নিজামুদ্দিনলৈ যোৱা অসমৰ আৰু এগৰাকী লোকৰ দেহত কোৰোনা, আক্ৰান্ত সংখ্যা ২৭ লৈ বৃদ্ধি…

538
  • অসমত কোৰোনাত আক্ৰান্ত হৈছে আৰু এগৰাকী ব্যক্তি।
  • টুইটাৰযোগে এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • আক্ৰান্ত হোৱা লোকজন হৈছে ধুবুৰীৰ।

  • দিল্লীৰ নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লৈছিল লোকজনে।
  • মঙলবাৰে পুৱা সকলো পৰীক্ষাৰ অন্তত লোকজন কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হয়।
  • এই লোক জনক ধৰি অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি