প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ ভূপেন বৰাৰ লাভলীনালৈ আৰ্থিক সাহায্য

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ ভূপেন বৰাৰ লাভলীনালৈ আৰ্থিক সাহায্য
  • প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰিল ভূপেন বৰাই।
  • দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ভূপেন বৰাই অলিম্পিক পদক বিজয়ী লাভলীনালৈ আগবঢ়ালে আৰ্থিক সাহায্য।
  • লাভলীনাই কেৱল অসমৰ পৰা নহয়, ভাৰতৰ হৈ ইতিহাস সৃষ্টি কৰিছে।
  • লাভলীনালৈ আমি ৩লাখ টকাৰ সাহায্য আগবঢ়াম।
  • অসমলৈ ঘূৰি অহা দিনা লাভলীনাক আমি উষ্ম আদৰণি জনাম।
  • মহাজোঁট বন্ধনৰ ক্ষেত্রতো মন্তব্য কৰিছে ভূপেন বৰাই।
  • মহাজোঁট বন্ধনৰ ক্ষেত্রত সিদ্ধান্ত ল'ব নীতি নিৰ্ধাৰণ সমিতিয়ে।
  • শাসকীয় দলৰ ৬৪ৰ অংকৰ বাবে বিপদত পৰিব অগপ আৰু ইউ পি পি এল।
  • উপ নিৰ্বাচনৰ উপৰিও দলৰ শক্তি বৃদ্ধিৰ ওপৰতহে গুৰুত্ব দিয়া হ'ব।
  • ৫ টা সমষ্টিৰ জয়-পৰাজয়ে চৰকাৰখনৰ স্থায়িত্বত প্রভাৱ নেপেলায়।
  • এই মন্তব্য কৰিছে নৱ নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in