অসমত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ওদালগুৰিৰ যুৱকৰ মৃত্যু…

অসমত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ওদালগুৰিৰ যুৱকৰ মৃত্যু…
  • অসমত পুনৰ এগৰাকী লোকৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু
  • মৃত লোকজন জিতেন্দ্ৰ প্ৰসাদ(৩০) বুলি জানিব পৰা গৈছে
  • লোকজনৰ ঘৰ মাজবাট থানাৰ অন্তৰ্গত ২ নম্বৰ নাহৰবাৰী গাওঁৰ বুলি জানিব পৰা গৈছে
  • ওদালগুৰি জিলা প্ৰশাসনে জানিবলৈ দিয়ে এই তথ্য।
  • দীৰ্ঘদিন ধৰি অন্য ৰোগত আক্ৰান্ত হৈ আছিল মৃত লোকজন
  • কালি স্বাস্থ্য অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল লোকজনক
  • লোকজনৰ স্বাব পৰীক্ষাত কভিড১৯ পজিটিভ পোৱা গৈছিল
  • আজি পুৱা প্ৰায় ৫-৩০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in