শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

অসমত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ওদালগুৰিৰ যুৱকৰ মৃত্যু…

3,533
  • অসমত পুনৰ এগৰাকী লোকৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু
  • মৃত লোকজন জিতেন্দ্ৰ প্ৰসাদ(৩০) বুলি জানিব পৰা গৈছে
  • লোকজনৰ ঘৰ মাজবাট থানাৰ অন্তৰ্গত ২ নম্বৰ নাহৰবাৰী গাওঁৰ বুলি জানিব পৰা গৈছে
  • ওদালগুৰি জিলা প্ৰশাসনে জানিবলৈ দিয়ে এই তথ্য।
  • দীৰ্ঘদিন ধৰি অন্য ৰোগত আক্ৰান্ত হৈ আছিল মৃত লোকজন
  • কালি স্বাস্থ্য অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল লোকজনক
  • লোকজনৰ স্বাব পৰীক্ষাত কভিড১৯ পজিটিভ পোৱা গৈছিল
  • আজি পুৱা প্ৰায় ৫-৩০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি