আকৌ অপেক্ষা, অসমৰ মুখ্যমন্ত্ৰীৰ নাম দেওবাৰে কৰা হ’ব ঘোষণা…

আকৌ অপেক্ষা, অসমৰ মুখ্যমন্ত্ৰীৰ নাম দেওবাৰে কৰা হ’ব ঘোষণা…
  • দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বিজেপিৰ বিধায়িনী দলৰ বৈঠক ।
  • বৈঠকৰ পিছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰিব ।
  • সংবাদ মাধ্যমক এই কথা জনাই হিমন্ত বিশ্ব শৰ্মাই ।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৩খনকৈ বৈঠক ।
  • বিয়লি ৫ বজাত দিল্লীৰ পৰা উভতি আহিব দুয়ো গৰাকী নেতা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in