সমাগত দিল্লীৰ নিৰ্বাচনঃ আজি ২ খনকৈ প্ৰচাৰ সভাত অংশ ল’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

সমাগত দিল্লীৰ নিৰ্বাচনঃ আজি ২ খনকৈ প্ৰচাৰ সভাত অংশ ল’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…
  • সমাগত দিল্লীৰ বিধানসভা নিৰ্বাচন।
  • নিৰ্বাচনৰ প্ৰচাৰক লৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল।
  • মঙলবাৰে দিল্লীৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।
  • দিল্লীৰ এই প্ৰচাৰ অভিযানত অংশ লব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মঙলবাৰে দুখনকৈ প্ৰচাৰ সভাত অংশ লব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • উল্লেখ্যে যে, ৮ ফেব্ৰুৱাৰীত দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in