শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

সমাগত দিল্লীৰ নিৰ্বাচনঃ আজি ২ খনকৈ প্ৰচাৰ সভাত অংশ ল’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

672
  • সমাগত দিল্লীৰ বিধানসভা নিৰ্বাচন।
  • নিৰ্বাচনৰ প্ৰচাৰক লৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল।
  • মঙলবাৰে দিল্লীৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।
  • দিল্লীৰ এই প্ৰচাৰ অভিযানত অংশ লব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মঙলবাৰে দুখনকৈ প্ৰচাৰ সভাত অংশ লব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • উল্লেখ্যে যে, ৮ ফেব্ৰুৱাৰীত দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি