কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
  • নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • কিছু সময় পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী শৰ্মা।
  • এক গুৰুত্বপূৰ্ণ দলীয় বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত।
  • বৈঠকত আসন বুজাবুজি সন্দৰ্ভত হ'ব আলোচনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in