শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

405
  • নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • কিছু সময় পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী শৰ্মা।
  • এক গুৰুত্বপূৰ্ণ দলীয় বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত।
  • বৈঠকত আসন বুজাবুজি সন্দৰ্ভত হ’ব আলোচনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি