বাহিৰত নকৰিব ঘূৰা-ফুৰা, ঘৰতেই পাব সুৰা..

বাহিৰত নকৰিব ঘূৰা-ফুৰা, ঘৰতেই পাব সুৰা..
  • ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • এতিয়াৰে পৰা অনলাইত উপলব্ধ হ'ব সুৰা।
  • কোভিড পৰিস্থিতিৰ বাবে এমাহৰ বাবে পৰীক্ষামূলকভাৱে এই সুবিধা প্ৰদান কৰা হ'ব।
  • চাহ শ্ৰমিকক এম জি এন ৰেগাৰ আঁচনিৰ অধীনত কাম দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
  • গাওঁসমূহত উদ্যান স্থাপনৰ বাবেও লোৱা হৈছে সিদ্ধান্ত।
  • ১০০ বছৰৰ পুৰণি ঘৰবোৰক ঐতিহাসিক ভৱনৰ স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত কেবিনেটৰ।
  • গোলাঘাট, সৰুপথাৰৰ খৰাংপীড়িত অঞ্চল চিহ্নিত কৰাৰ সিদ্ধান্ত।
  • মন্ত্ৰী যোগেন মহন আৰু অশোক সিংহলক এই অঞ্চললৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
  • এই অঞ্চলৰ ক্ষতিগ্ৰস্তসকলক সাহায্য দিয়াৰো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে বুধবাৰৰ ৰাজ্যিক কেবিনেটৰ বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in