বাধ্যতামূলক হ’ব ভূগোল আৰু বৰঞ্জীঃ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ কৰা হ’ব উন্নীত…

বাধ্যতামূলক হ’ব ভূগোল আৰু বৰঞ্জীঃ  উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ কৰা হ’ব উন্নীত…
  • এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত বাধ্যতামূলক হ'ব ভূগোল আৰু বুৰঞ্জী।
  • ইয়োৰোপৰি আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ব।
  • ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব পাঠদান।
  • এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰিকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।
  • ছেবা আৰু কাউন্সিলো একত্ৰিকৰণ কৰা হ'ব।
  • হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত।
  • সংবাদ মেলত এই বিষয়ে অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in